বৰ্ণ বৈষম্যৰ চিকাৰ! হত্যা কৰা হ’ল জৰ্জ ফ্লয়ডক। তাৰ পিছৰে পৰা বৰ্ণ বৈষম্যৰ বিৰুদ্ধে জ্বলিছে পৰ্টলেণ্ড। প্ৰায় ৫০ দিন ধৰি চলিয়েই আছে প্ৰতিবাদ। উল্লেখযোগ্য যে, কোৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল জৰ্জ ফ্লয়ড৷ আৰু শ্বেতাংগ আৰক্ষী বিষয়াৰ বৰ্বৰতাৰ চিকাৰ হৈছিল জৰ্জ ফ্লয়ড।