ইমান ধুনীয়া! সচাকৈ এখন অনিন্দ্য সুন্দৰ আৰু শ্বাসৰুদ্ধকাৰী ফটো এইখন। এইয়া বাস্তৱ নে কোনো শিল্পীৰ হাতৰ যাদু, এবাৰতে চাই কৈ দিয়াটোৱেই অসম্ভৱ। জাপানৰ ছাইটামা চহৰৰ ছাকুৰা নৈৰ পানীত বগা চেৰী ফুলৰ পাপৰিবোৰে যেন মৰ্ত্যত ৰচিছে সপোনৰ সৰগ। posted on Twitter by @jxpann.