Home » photogallery » world »Photos: কোৰোণাৰ তাণ্ডৱৰ মাজতো প্ৰকৃতিয়ে বিলাইছে সৌন্দৰ্যৰ সঞ্জীৱনী সুধা। জাপানত চেৰী ফুল ফুলাৰ অপূৰ্ব সুন্দৰ দৃশ্যই দিছে জীয়াই থকাৰ প্ৰেৰণা।

Photos: কোৰোণাৰ তাণ্ডৱৰ মাজতো প্ৰকৃতিয়ে বিলাইছে সৌন্দৰ্যৰ সঞ্জীৱনী সুধা। জাপানত চেৰী ফুল ফুলাৰ অপূৰ্ব সুন্দৰ দৃশ্যই দিছে জীয়াই থকাৰ প্ৰেৰণা।

জাপোনে আদৰণি জনাইছে চেৰী ফুল ফুলাৰ বতৰক। জাপানৰ বাট-পথ, গাঁও-চহৰ এতিয়া ডুব গৈছে গুলপীয়া আৰু বগা চেৰী ফুলৰ সৌন্দৰ্যৰ সাগৰত। Japan is welcoming the cherry blossom season when streets are adorned with multitudes of pink hued flowers blooming in their full glory.