Home » photogallery » world »Fuel Price: এই দেশসমূহত পেট্ৰ’ল-ডিজেলৰ দামত জুই জ্বলিছে, দাম দেখি ঘূৰি গৈছে বাহনৰ মালিক

Fuel Price: এই দেশসমূহত পেট্ৰ’ল-ডিজেলৰ দামত জুই জ্বলিছে, দাম দেখি ঘূৰি গৈছে বাহনৰ মালিক

জিম্বাবৱেত পেট্ৰ’ল প্ৰতি লিটাৰত অভিলেখসংখ্যক ৬৭৫.৩৫ জিম্বাবৱে ডলাৰত বিক্ৰী হৈছে। আনহাতে, ডিজেলে প্ৰতি লিটাৰত দাম ৭১৪ জিম্বাবৱে ডলাৰ। যোৱা তিনিমাহত দেশত ইন্ধনৰ মূল্য ১৮১ শতাংশ বৃদ্ধি হৈছে।