Home » photogallery » world »Pakistan Cricketer's Salary : পাকিস্তানী ক্ৰিকেটাৰৰ দৰমহাৰ বিষয়ে জানিলে হৈ পৰিব হতভম্ব ! সেই বাবেই 'ইমান ব্যাকুল' পাক অধিনায়ক বাবৰ আজম।

Pakistan Cricketer's Salary : পাকিস্তানী ক্ৰিকেটাৰৰ দৰমহাৰ বিষয়ে জানিলে হৈ পৰিব হতভম্ব ! সেই বাবেই 'ইমান ব্যাকুল' পাক অধিনায়ক বাবৰ আজম।

এপিনে বিচিচিআই (BCCI) যেনেকৈ বিশ্বৰ ভিতৰতে ধনী বোৰ্ডৰূপে পৰিগণিত হৈছে আৰু ভাৰতীয় খেলুৱৈৰ ওপৰতো টকাৰ বৰষুণ (Indian Cricketers Salary) হৈ আছে তেনে সময়তে পাকিস্তানৰ খেলুৱৈসকলে কম দৰমহাৰ (Pakistan Cricket Players Salary) বাবে কান্দিবলগা পৰিস্থিতি হৈছে।

শেহতীয়া বাতৰি