Home » photogallery » world »Photo: বিচিত্ৰ সংস্কৃতি, জাপানত হাড় কঁপোৱা ঠাণ্ডাৰ দিনত পালন কৰা হয় এই নগ্ন উৎসৱ

Photo: বিচিত্ৰ সংস্কৃতি, জাপানত হাড় কঁপোৱা ঠাণ্ডাৰ দিনত পালন কৰা হয় এই নগ্ন উৎসৱ

এই বছৰ জাপানত উৎসৱটো হোৱা নাছিল কোৰোনাৰ বাবে। ইয়াক জাপানত হাডাকা মাতছুৰি বুলিও জনা যায়। বছৰৰ দ্বিতীয়টো মাহত অনুষ্ঠিত হয় এই উৎসৱটো।