Home » photogallery » world »চাকৰি বাদ দি এগৰাকী মহিলাই ঘৰতে চলাবলৈ ল'লে মোবাইল ! ছচিয়েল মিডিয়াৰ উপাৰ্জনেৰে চলাইছে ১২ টা সন্তান থকা পৰিয়াল ...

চাকৰি বাদ দি এগৰাকী মহিলাই ঘৰতে চলাবলৈ ল'লে মোবাইল ! ছচিয়েল মিডিয়াৰ উপাৰ্জনেৰে চলাইছে ১২ টা সন্তান থকা পৰিয়াল ...

ব্ৰিটনি চাৰ্চ (Britni Church) নামৰ এগৰাকী ৩৩ বছৰীয়া মহিলাই কাৰখানাৰ চাকৰি এৰি ঘৰত বহিবলৈ সিদ্ধান্ত লয়। ১২ টা সন্তানৰ মাতৃয়ে এতিয়া তেওঁৰ ফোনত ভিডিঅ' (Mother of 12 Earns Money from TikTok) প্ৰস্তুত কৰি এটা দীঘলীয়া পৰিয়াল গঢ়ি তুলিছে। এতিয়া তেওঁ ঘৰত বহি আৰামেৰে ঘৰ চলাই থকা ভিডিঅ' প্ৰস্তুত কৰে।

শেহতীয়া বাতৰি