Home » photogallery » world »Weird News: বোল্ড ফটো শ্বেয়াৰ কৰি ষ্টাৰ হৈ পৰিছে মাক-জীয়েকৰ যুটী, প্ৰতি সপ্তাহত উপাৰ্জন কৰে লাখ টকা

Weird News: বোল্ড ফটো শ্বেয়াৰ কৰি ষ্টাৰ হৈ পৰিছে মাক-জীয়েকৰ যুটী, প্ৰতি সপ্তাহত উপাৰ্জন কৰে লাখ টকা

৫৫বৰ্ষীয় জেছী জো (Jessie Jo) আৰু তেওঁৰ ২২ বছৰীয়া কন্যা ফোনিক্স ৰে ব্লু (Phoenix Rae Blue)এ OnlyFans নামৰ এটা ছচিয়েল মিডিয়া ছাইটত ষ্টাৰ হৈ পৰিছে। তেওঁলোকে নিজৰ বোল্ড ফটো ছেয়াৰ কৰি প্ৰতি সপ্তাহত লাখ লাখ টকা উপাৰ্জন কৰে। ইংলেণ্ডৰ ৱাৰিকছায়াৰ (Warwickshire)ৰ বাসিন্দা জেছি জো এসময়ত মডেল আছিল। তেওঁ এতিয়া জীয়েকৰ সৈতে প্ৰাাপ্তবয়স্কৰ এটা ছচিয়েল ছাইটত ফটো বিক্ৰী কৰে।