পোলেণ্ডৰ কেৰোলিনা বিলাভস্কাই পুয়েৰ্টো ৰিকোৰ চান জুয়ানত অনুষ্ঠিত ৭০ তম মিছ ৱৰ্ল্ড ২০২১ প্ৰতিযোগিতাত বিজয়ী হৈছে। অন্তিম ৰাউণ্ডত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, মেক্সিকো, উত্তৰ আয়াৰলেণ্ড আৰু কোটে ডি'আইভ'ৰক পৰাস্ত কৰে। মিছ ৱৰ্ল্ড ২০১৯ জামাইকাৰ টনি-এন সিঙে কেৰোলিনাক মুকুট পিন্ধাই। (ফটো ক্ৰেডিট: Instagram @missworld)