Home » photogallery » world »Most Beautiful Mechanic: পৃথিৱীৰ সকলোতকৈ ধুনীয়া মেকানিক, দেখিলে আপুনিও যাব গাড়ী ভাল কৰাবলৈ...

Most Beautiful Mechanic: পৃথিৱীৰ সকলোতকৈ ধুনীয়া মেকানিক, দেখিলে আপুনিও যাব গাড়ী ভাল কৰাবলৈ...

The Most Beautiful Mechanic : গেৰেজত গাড়ী মেৰামতি কৰোৱাৰ সময়ত আপুনি প্ৰায়েই হাত-মুখে লেতেৰা ক'লা দাগ লাগি থকা লেতেৰা ল'ৰা বা পুৰুষকেই দেখা পায়, কিন্তু ফিলিপাইনছ (Philippines Model is Car Mechanic)ত এগৰাকী অতিকে ধুনীয়া যিৱতীক যেতিয়া গাড়ীৰ মালিকে হাতত ৰেঞ্চ, হাতুৰী আদি লৈ ওলাই অহা দেখি সকলো আচৰিত হৈ পৰে। এই যুৱতীগৰাকী হৈছে টেণ্টিন লেগাল্পী মেনিছ (Tantin Legaspi Meneses) যি নিজকে বিশ্বৰ সকলোতকৈ ধুনীয়া মেকানিক বুলি দাবী কৰে।