কি কি যে ঘটনা নঘটে! কোনে কত কেতিয়া কাক বিশ্বাসঘাটকতা কৰে, তাৰ কোনো ঠিক নাই। বিশ্বাসঘাটকতাৰ এনে এক কাহিনী ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এজন লোকে।
2/ 5
ছচিয়েল মিডিয়াত এগৰাকী ব্যক্তিয়ে শ্বেয়াৰ কৰিছে সকলোকে হতবাক কৰি তোলা এক খবৰ। কান্দি কান্দি লোকজনে এটা ভিডিও শ্বেয়াৰ কৰি নিজৰ প্ৰেমিকাই তেওঁক কিদৰে প্ৰতাৰণা কৰিছিল, সেয়া উল্লেখ কৰিছে।
3/ 5
দৰাচলতে লোকজনে যাক নিজৰ সন্তান বুলি ভাবি লালন-পালন কৰিছিল, সেয়া প্ৰকৃততে ককাকৰহে সন্তান অর্থাৎ তেওঁৰ খুড়াক।
4/ 5
টিকটকত @stacks1400 নামেৰে এটা থকা একাউণ্টৰ ইউজাৰে তেওঁৰ লগত নিজৰ ককাকে কিদৰে প্ৰতাৰণা কৰিছিল, সেই কথা উল্লেখ কৰিছে। লোকজনৰ প্ৰেয়সীৰ আছিল ককাকৰ সৈতে অবৈধ সম্পৰ্ক।
5/ 5
এই কথা বহু বছৰৰ পিছত লোকজনে জানিব পাৰিলে, যেতিয়া নিজৰ সন্তানৰ DNA টেষ্ট কৰা হৈছিল। আৰু তেতিয়াই প্ৰমাণিত হ'ল যে, যাক নিজৰ সন্তান বুলি ভাবিছিল,সেয়া প্ৰকৃততে তেওঁৰ খুড়াকহে।