Home » photogallery » world »দৈনিক ১৮ লাখ আৰু মাহত ৬ কোটি টকাৰ বিল, পেৰিছত সকলোতকৈ দামী হোটেলত আছে মেছি

দৈনিক ১৮ লাখ আৰু মাহত ৬ কোটি টকাৰ বিল, পেৰিছত সকলোতকৈ দামী হোটেলত আছে মেছি

আৰ্জেণ্টিনাৰ তাৰকা ফুটবল খেলুৱৈ লিওনেল মেছি (Lionel Messi )য়ে স্পেনিছ ক্লাৱ বাৰ্চিলোনা এৰি ফ্ৰান্সৰ পেৰিছ ছেইণ্ট জাৰ্মেইন (PSG) ক্লাৱৰ সাতে চুক্তিবদ্ধ হৈছে। তেওঁ এই সময়ত পেৰিছৰ আটাইতকৈ সুন্দৰ হোটেলখনত আছে।