Home » photogallery » world »Kim Jong-Un Daughter: পিতৃৰ দৰে একনায়ক হ'ব নেকি ? কিম জং উনৰ জীয়ৰী কোন, তেওঁৰ বয়স কিমান ?

Kim Jong-Un Daughter: পিতৃৰ দৰে একনায়ক হ'ব নেকি ? কিম জং উনৰ জীয়ৰী কোন, তেওঁৰ বয়স কিমান ?

Kim Jong-Un Daughter: উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনে (Kim Jong-Un) যোৱা বছৰ নৱেম্বৰত সংবাদ মাধ্যমৰ জৰিয়তে তেওঁৰ কন্যাক বিশ্বক দেখুৱাইছিল। নৱেম্বৰত, তেওঁ কন্যাক (Kim Jong-Un Daughter) বেলিষ্টিক মিছাইল উৎক্ষেপণৰ স্থানলৈ লৈ যায়। য'ত জীয়ৰীৰ হাতত ধৰি থিয় হৈ থকা তেওঁৰ ফটোখন বিশ্ববাসীৰ সন্মুখত আহিছিল। যাৰ পিছত কিম জং উনৰ ছোৱালী কোন জানিবলৈ মানুহৰ কৌতূহল বৃদ্ধি পাইছিল।

শেহতীয়া বাতৰি