Home » photogallery » world »লোমহৰ্ষক! 'বেটমেন'ৰ জোকাৰৰ ৰূপ লৈ ট্ৰেইনত প্ৰৱেশ এজন লোকৰ, ১৭গৰাকীক ছুৰিকাঘাত কৰি লগাই দিলে জুই

লোমহৰ্ষক! 'বেটমেন'ৰ জোকাৰৰ ৰূপ লৈ ট্ৰেইনত প্ৰৱেশ এজন লোকৰ, ১৭গৰাকীক ছুৰিকাঘাত কৰি লগাই দিলে জুই

ঘটনাটোৰ সময়ত ৰে'লখনত থকা এজন ২০ বছৰীয়া ল'ৰাই উল্লেখ কৰে যে তেওঁ প্ৰথমে এয়া হলোউইন প্ৰাংক (Halloween prank) বুলি ভাবিছিল।

  • |