আইপিএলৰ যাত্ৰা বেয়াকৈ আৰম্ভ কৰিছে কিংছ ইলেভেন পঞ্জাবে। পইণ্ট তালিকাত বহু তলত প্ৰীতি জিণ্টাৰ দল। ক্ৰমাগতভাৱে ৫খন খেলত পৰাজয়ৰ পিছত জয়ৰ মুখ দেখিছে আৰু ক্ৰমাগতভাৱে তিনিখন খেলত জয়লাভ। এই জয়ত লাকী চাৰ্ম হিচাপে ধৰা হৈছে ক্ৰীছ গেইলক। প্লেয়িং ইলেভেনত ক্ৰীছ গেইলৰ প্ৰৱেশৰ পিছতে জয়ৰ পথলৈ উভতিছে দল। ক্ৰীছ গেইল ক্ৰিকেটত যিদৰে বিখ্যাত সেইদৰে তেওঁৰ পত্নী নাতাশা বেৰিজ তেওঁৰ লাকী চাৰ্ম। (ফটো : ইনষ্টাগ্ৰাম)