শেহতীয়াকৈ এগৰাকী পাকিস্তানী টিকটক ষ্টাৰে পাকিস্তান এৰাৰ ঘোষণা কৰিছে। এই টিকটক ষ্টাৰগৰাকীৰ নাম হৈছে জন্নত মিৰ্জা। ছচিয়েল মিডিয়াত দেশ এৰাৰ ঘোষণা কৰিছে জন্নত মিৰ্জাই। জন্নত ১০ মিলিয়ন ফলোৱাৰ থকা প্ৰথমগৰাকী পাকিস্তানী টিকটকাৰ। জন্নতে এইবাবেই পাকিস্তান এৰিব বিচাৰে যে তাৰ মানুহৰ মনোভাৱ ভাল নহয় বুলি ভাৱে তেওঁ। জন্নত মিৰ্জা পাকিস্তানত খুব জনপ্ৰিয় টিকটক ষ্টাৰ। টিকটকৰ লগতে আন ছচিয়েল মিডিয়া প্ৰেটফৰ্মতো বহু ফলোৱাৰ আছে। (Photo credit: instagram/@jannatmirza_)