Home » photogallery » world »Eid Muabarak: ঈদ উপলক্ষে ভাৰত-পাকিস্তানৰ সেনাবাহিনীয়ে কৰিলে মিঠাইৰ আদান-প্ৰদান...

Eid Muabarak: ঈদ উপলক্ষে ভাৰত-পাকিস্তানৰ সেনাবাহিনীয়ে কৰিলে মিঠাইৰ আদান-প্ৰদান...

আজি ভাৰত, পাকিস্তানকে ধৰি সমগ্ৰ বিশ্বতে কৰিদ উৎসৱ উদযাপন কৰা হৈছে। সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু পাকিস্তান ৰেঞ্জাৰসকলে বুধবাৰে সীমান্তৰ বিভিন্ন স্থানত মিঠাই বিনিময় কৰে। এই প্ৰথাটো ২০১৯ চনত পাকিস্তানে বন্ধ কৰিছিল, কিন্তু এই বছৰ পুনৰ প্ৰৱৰ্তন কৰা হৈছে।