Home » photogallery » world »কিয় ভাঙি নপৰে পিছাৰ হেলনীয়া মীনাৰ, ক্ষতি কৰিব নোৱাৰে ভূমিকম্পই? জানক ইয়াৰ আচল কাহিনী

কিয় ভাঙি নপৰে পিছাৰ হেলনীয়া মীনাৰ, ক্ষতি কৰিব নোৱাৰে ভূমিকম্পই? জানক ইয়াৰ আচল কাহিনী

১১৭৩ চনৰ ৯ আগষ্ট তাৰিখে পিছাৰ টাৱাৰ নিৰ্মাণ আৰম্ভ হৈছিল আৰু ইয়াৰ নিৰ্মাণ কাৰ্য ২০০ বছৰ ধৰি অব্যাহত আছিল। উল্লেখনীয় যে, টমাচো দি আনদ্ৰেয়া পিছানোৱে ১৩৯৯ চনত এই টাৱাৰটোৰ কাম সম্পূৰ্ণ কৰিছিল।