உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » world »Mao Zedong : চীনৰ মহাপৰাক্ৰমী এই নেতাজনৰ বিষয়ে জানো আহক ! তেওঁ জীৱনত কেতিয়াও ব্ৰাছ কৰা নাছিল আৰু গা ধুবলৈ বেয়া পাইছিল...

    Mao Zedong : চীনৰ মহাপৰাক্ৰমী এই নেতাজনৰ বিষয়ে জানো আহক ! তেওঁ জীৱনত কেতিয়াও ব্ৰাছ কৰা নাছিল আৰু গা ধুবলৈ বেয়া পাইছিল...

    এসময়ত চীন (China)ৰ আটাইতকৈ শক্তিশালী নেতা মাও জেদং (Mao Zedong), তেওঁৰ জীৱনত কেতিয়াও ব্ৰাছ কৰা নাছিল বুলি কোৱা হয়। মাওৰ দাঁতলৈ চালে এনে লাগে যেন কোনোবাই সেইবোৰ বিভিন্ন ৰং দিছিল।