ভূটানত দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন চিটা হেলিকপ্টাৰ। এই দুৰ্ঘটনাত নিহত হয় হেলিকপ্টাৰখনৰ দুই পাইলট। (Photo : kuenselonline.com) নিহত পাইলট দুজনৰ এজন ভাৰতীয় সেনাৰ আৰু আনজন ভূটান সেনাৰ। (Photo : kuenselonline.com) নিহত ভাৰতীয় সেনাৰ পাইলটজন লেফটেনেণ্ট পৰ্যায়ৰ আছিল। (Photo : kuenselonline.com) আনহাতে, ভূটান সেনাৰ পাইলটজনে ভাৰতীয় সেনাৰ সৈতে প্ৰশিক্ষণ লৈ আছিল। (Photo : kuenselonline.com) দুপৰীয়া ১.৫০ বজাত য়ুংফুলাত সংঘটিত হয় এই দুৰ্ঘটনাটো। (Photo : kuenselonline.com)