Home » photogallery » world »IND VS ENG: ৰোহিত শৰ্মাৰ আন এক কৃতিত্ব, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সম্পূৰ্ণ কৰিলে ১৫ হাজাৰ ৰাণ...

IND VS ENG: ৰোহিত শৰ্মাৰ আন এক কৃতিত্ব, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সম্পূৰ্ণ কৰিলে ১৫ হাজাৰ ৰাণ...

ৰোহিত শৰ্মাই (Rohit Sharma) অভেল টেষ্টৰ দ্বিতীয় দিনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৫,০০০ ৰাণ (Rohit Sharma 15000 International Runs) সম্পূৰ্ণ কৰে। তেওঁ এই কৃতিত্ব প্ৰদৰ্শন কৰা ৮ম ভাৰতীয়।