Home » photogallery » world »IND VS ENG: বিৰাট বাহিনীৰ বিৰাট পৰাজয় ! লিডছত টীম ইণ্ডিয়াৰ 'আত্মসমৰ্পণ'ৰ ৫ টা মুখ্য কাৰণ কি ?

IND VS ENG: বিৰাট বাহিনীৰ বিৰাট পৰাজয় ! লিডছত টীম ইণ্ডিয়াৰ 'আত্মসমৰ্পণ'ৰ ৫ টা মুখ্য কাৰণ কি ?

India vs England, 3rd Test ইংলেণ্ডে লিডছ টেষ্টত এটা ইনিংছ আৰু ৭৬ ৰাণত জয়লাভ কৰিছে। প্ৰথম ইনিংছত ৭৮ ৰাণত আউট হোৱাৰ পিছত ভাৰত দ্বিতীয় ইনিংছত ২৭৮ ৰাণত অল আউট হৈছে। চতুৰ্থ দিনা ভাৰতে মাত্ৰ ৬৩ ৰাণত ৮ টা উইকেট হেৰুৱায়।