৭০ গৰাকী চীনা সেনাই ছিকিমৰ Nathu La আৰু অৰুণাচলৰ Bumla & Wacha-Damai ত ভাৰতীয় সেনাৰ সৈতে একেলগে উদযাপন কৰিলে পঞ্চম সংখ্যক যোগ দিৱস।