টীম ইণ্ডিয়া শ্ৰীলংকাৰ বিৰুদ্ধে সৰ্বাধিক ৯৩ বাৰ জয়ী হোৱা দল ।পাকিস্তান ৯২ বাৰ জিকি ২য় স্থানত আছে।টীম ইণ্ডিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে তিনিওটা ফৰমেট (টেষ্ট,ওৱানডে, টি-২০) সকলোতে সৰ্বাধিক জয়ী হোৱা টীম হিচাপে অভিলেখ গঢ়িলে। টীম ইণ্ডিয়াই এতিয়ালৈকে সৰ্বমুঠ ১২৬ বাৰ শ্ৰীলংকাৰ বিৰুদ্ধে বিজয়ী হৈছে।(AFP)