Home » photogallery » world »Henley Passport Index: বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্ট, ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰে বহুতো দেশ ! ভাৰতৰ Passport কিমান শক্তিশালী, তালিকাত ভাৰতৰ স্থান কি ?
Henley Passport Index: বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্ট, ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰে বহুতো দেশ ! ভাৰতৰ Passport কিমান শক্তিশালী, তালিকাত ভাৰতৰ স্থান কি ?
Henley Passport Index: Omicronৰ কাৰণে ক'ৰোনো ভাইৰাছৰ ঘটনা বৃদ্ধি হোৱাৰ বাবে সমগ্ৰ বিশ্বৰ বিমান সেৱাসমূহ বাতিলৰ সন্মুখীন হৈছে। ভ্ৰমণ, পৰ্যটন প্ৰায় বন্ধ হৈ আছে। ইয়াৰ মাজতে হেনলী পাছপোৰ্ট সূচকে ২০২২ চনৰ বাবে বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্টৰ এখন তালিকা প্ৰকাশ কৰিছে। কোনখন দেশৰ পাছপোৰ্টক কি স্থান দিয়া হৈছে চাও আহক।