Home » photogallery » world »পিতৃক সাৱটি টি–শ্বাৰ্টৰ ভিতৰত ২বছৰীয়া কন্যা, পিতা–পুত্ৰীৰ কৰুণ মৃত্যুৰ ছবিয়ে কন্দুৱাইছে বিশ্বক

পিতৃক সাৱটি টি–শ্বাৰ্টৰ ভিতৰত ২বছৰীয়া কন্যা, পিতা–পুত্ৰীৰ কৰুণ মৃত্যুৰ ছবিয়ে কন্দুৱাইছে বিশ্বক

আমেৰিকা আৰু মেক্সিকোৰ মাজত আৱদ্ধ শৰণাৰ্থীসকলৰ মৰ্মন্তুদ জীৱন কাহিনী বৰ্ণাইছে এই ছবিয়ে।  উত্তৰ আমেৰিকাৰ সীমান্তৱৰ্তী ৰিঅ’ গ্ৰেণ্ড নদীৰ পাৰত উদ্ধাৰ হৈছে পিতা–পুত্ৰীৰ মৃতদেহ। 

  • News18
  • |