Home » photogallery » world »Happy Birthday Google : ২৩ বছৰীয়া গুগলে কেনেকৈ এই কাম কৰিলে ? কোনে, কেনেকৈ আৰম্ভ কৰিছিল বিশ্বৰ অন্যতম বৃহৎ প্ৰযুক্তি প্ৰতিষ্ঠানটো ?

Happy Birthday Google : ২৩ বছৰীয়া গুগলে কেনেকৈ এই কাম কৰিলে ? কোনে, কেনেকৈ আৰম্ভ কৰিছিল বিশ্বৰ অন্যতম বৃহৎ প্ৰযুক্তি প্ৰতিষ্ঠানটো ?

১৯৯৮ চনত আৰম্ভ হোৱা গুগল (Google) আজি ২৩ বছৰীয়া। গুগলে ইমান কম বয়সতে আশ্চৰ্যকৰ কাম কৰিছে। পৃথিৱীৰ অন্যতম বৃহৎ ব্ৰেণ্ড হৈ পৰা গুগল আমাৰ প্ৰয়োজনীয়তা বুজি পোৱা এটা চাৰ্চ ইঞ্জিন হৈ পৰিছে।