খ্যাতিৰ শিখৰত আৰোহণ কৰিও মেছিয়ে শৈশৱৰ প্ৰেম পাহৰি নগ'ল। ২০০৯ চনত প্ৰথমবাৰৰ বাবে মেছিয়ে বিশ্বক জনাইছিল তেওঁৰ প্ৰেয়সীৰ নাম। ২০০৯ত বাৰ্ছিলোনাই চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰা পাছত এক সাক্ষাৎকাৰত মেছিয়ে কৈছিল যে তেওঁৰ এগৰাকী প্ৰেমিকা আছে আৰু তেওঁ আৰ্জেণ্টিনাত থাকে। (Image: Shutterstock)