Home » photogallery » world »HBD: বেটছমেনৰ ত্ৰাস এইজন বাছ মেকানিকৰ পুত্ৰ, শচীনৰ দৰে বেটছমেনো হৈছিল বিচলিত!

HBD: বেটছমেনৰ ত্ৰাস এইজন বাছ মেকানিকৰ পুত্ৰ, শচীনৰ দৰে বেটছমেনো হৈছিল বিচলিত!

Happy Birthday Lasith Malinga: শ্ৰীলংকাৰ দুৰ্দান্ত বলাৰ লাচিথ মালিঙ্গাৰ আজি ৩৮তম জন্মদিন। মালিঙ্গা তেওঁৰ দিনত এদিনীয়া আৰু টি-২০ (T-20) ক্ৰিকেটত আটাইতকৈ বিপদজনক বলাৰ আছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ ৫০০তকৈও অধিক উইকেট আছে। IPLৰ ইতিহাসত সৰ্বাধিক উইকেট দখল কৰাৰ অভিলেখ এতিয়াও মালিঙ্গাৰ নামতেই আছে।