জাপানে গ্ৰুপৰ অন্তিমখন খেলত স্পেইনৰ বিৰুদ্ধে খেলিব। আনহাতে, জাৰ্মানীয়ে কোষ্টাৰিকাৰ বিৰুদ্ধে খেলিব। পৰৱৰ্তী ৰাউণ্ডলৈ যাবলৈ, জাৰ্মানীয়ে প্ৰথমে তেওঁলোকৰ মেচখন জিকিব লাগিব। ইফালে, যদি স্পেইনে জাপানক পৰাস্ত কৰে, তেন্তে স্পেইনৰ পইণ্ট হ'ব ৭। জাপানৰ ৩। তেনে ক্ষেত্ৰত, জাৰ্মানীয়ে গ্ৰুপৰ দ্বিতীয় দল হিচাপে অন্তিম ষোল্ললৈ যাব। Photo Courtesy: AP