Home » photogallery » world »নেপালৰ ছাফ গেমছত অসমীয়া খেলুৱৈৰ দপদপনি, পাঁচগৰাকী খেলুৱৈয়ে জয় কৰিলে স্বৰ্ণপদক, Photo

নেপালৰ ছাফ গেমছত অসমীয়া খেলুৱৈৰ দপদপনি, পাঁচগৰাকী খেলুৱৈয়ে জয় কৰিলে স্বৰ্ণপদক, Photo

নেপালৰ পোখ্ৰাত সম্প্ৰতি চলি আছে ত্ৰয়োদশ ছাফ গেমছ। দক্ষিণ এছিয়াৰ আঠখন দেশৰ আগশাৰীৰ খেলুৱৈৰ মাজত অনুষ্ঠিত সন্মানীয় ছাফ গেমছত এইপৰ্যন্ত অসমৰ পাঁচগৰাকী খেলুৱৈয়ে লাভ কৰিছে স্বৰ্ণপদক