Home » photogallery » world »গোলকীয় উষ্ণতাৰ ফল নেকি গ্ৰীচৰ বনজুই? গ্ৰীষ্মপ্ৰৱাহত এসপ্তাহ ধৰি এভিয়া দ্বীপত লাগি আছে জুই

গোলকীয় উষ্ণতাৰ ফল নেকি গ্ৰীচৰ বনজুই? গ্ৰীষ্মপ্ৰৱাহত এসপ্তাহ ধৰি এভিয়া দ্বীপত লাগি আছে জুই

গ্ৰীচে যোৱা তিনি দশকত এই বছৰ আটাইতকৈ বেয়া গ্ৰীষ্মকালৰ সন্মুখীন হৈছে, উচ্চ তাপমাত্ৰা আৰু শুকান তাপৰ বাবে বনজুই গ্ৰাসত পৰিছে দেশখন।