আপুনি কেতিয়াবা নীলা বা সেউজীয়া কুকুৰ দেখিছে নেকি? প্ৰশ্নটো আচৰিত, কিন্তু ৰাছিয়াত এনে কুকুৰ আছে। এটা নহয়, বহুকেইটা। এনে কাৰণতে এই প্ৰশ্নটো উত্থাপিত হৈছে। কিন্তু কি কাৰণত ৰাছিয়াৰ কুকুৰবোৰক নীলা হোৱা দেখা গৈছে। উত্তৰটোত লুকাই আছে বায়ুৰ পৰা পানীলৈ হোৱা প্ৰদূষণৰ মাজত।