মহ উৎপাদন কৰা চীনা কাৰখানাটো হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ কাৰখানা। ইয়াত প্ৰতি সপ্তাহত প্ৰায় ৫০ লাখ মহ উৎপন্ন হয়। চীনে আজিৰ পৰা নহয়, ২০১৫ চনৰ পৰা এনে কৰি আহিছে। আগতে, এই মহবোৰ কেৱল গুয়াংঝৌৰ বাবে প্ৰস্তুত কৰা হৈছিল, কিয়নো প্ৰতি বছৰে ইয়াত ডেংগু বিয়পে। এতিয়া যেতিয়া ইয়াত মহ যথেষ্ট নিয়ন্ত্ৰণ কৰা হৈছে।