Home » photogallery » world »পুৱা, দুপৰীয়া, গধূলি, বাৰে বাৰে পত্নীৰ আখলত মেগী মাথোঁ মেগী ! মেগী খাই খাই ভাগৰি পৰা স্বামীয়ে ক'লে,'কেৱল মেগী খোৱা মানুহৰ সৈতে মই থাকিব নোৱাৰো' ...

পুৱা, দুপৰীয়া, গধূলি, বাৰে বাৰে পত্নীৰ আখলত মেগী মাথোঁ মেগী ! মেগী খাই খাই ভাগৰি পৰা স্বামীয়ে ক'লে,'কেৱল মেগী খোৱা মানুহৰ সৈতে মই থাকিব নোৱাৰো' ...

Viral News: স্বামীয়ে অভিযোগ কৰে যে পত্নীয়ে একো ৰান্ধিব নোৱাৰে। তেওঁ ৰাতিপুৱা, দুপৰীয়া, আবেলি আৰু ৰাতি চাৰিবাৰ মেগী খায়।

  • |