Home » photogallery » world »T20 World Cup 2021: ভাৰতত অনুষ্ঠিত নহয় টী টুৱেণ্টী বিশ্বকাপ ক্ৰিকেট, ১৭ অক্টোবৰৰ পৰা আৰম্ভ বিশ্বকাপৰ মহাৰণ...

T20 World Cup 2021: ভাৰতত অনুষ্ঠিত নহয় টী টুৱেণ্টী বিশ্বকাপ ক্ৰিকেট, ১৭ অক্টোবৰৰ পৰা আৰম্ভ বিশ্বকাপৰ মহাৰণ...

আই পি এল ২০২১ৰ পিছত, টি-২০ বিশ্বকাপ (T20 World Cup 2021) ভাৰতৰ বাহিৰত অনুষ্ঠিত হ'ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, টি-২০ বিশ্বকাপ ইউ.এ.ই. আৰু ওমানত অনুষ্ঠিত হ'ব।