Home » photogallery » world »IND Vs ENG: টীম ইণ্ডিয়াই মানচেষ্টাৰ টেষ্ট খেলিব বিচাৰিছিল, ইংলেণ্ডে বিৰাট কোহলীৰ আবেদন নাকচ কৰিছিল !

IND Vs ENG: টীম ইণ্ডিয়াই মানচেষ্টাৰ টেষ্ট খেলিব বিচাৰিছিল, ইংলেণ্ডে বিৰাট কোহলীৰ আবেদন নাকচ কৰিছিল !

IND Vs ENG: মানচেষ্টাৰত ভাৰত আৰু ইংলেণ্ডৰ (India Vs England) মাজত অনুষ্ঠিত পঞ্চম আৰু অন্তিম টেষ্ট টছৰ ঠিক আগতে পিছুৱাই দিয়া হৈছিল। দৰাচলতে, ক'ৰোনাই (Covid-19) ভাৰতীয় শিবিৰত প্ৰৱেশ কৰিছে।