உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » world »খেলা হ'ব মানচেষ্টাৰত ! Team Indiaৰ কোনো খেলুৱৈ Coronaত আক্ৰান্ত নহয়, বিৰাট-ৰোহিতে ৱাক অভাৰ নিদিয়ে ব্ৰিটিছ বাহিনীক, খেলা হ'বই...

    খেলা হ'ব মানচেষ্টাৰত ! Team Indiaৰ কোনো খেলুৱৈ Coronaত আক্ৰান্ত নহয়, বিৰাট-ৰোহিতে ৱাক অভাৰ নিদিয়ে ব্ৰিটিছ বাহিনীক, খেলা হ'বই...

    মানচেষ্টাৰত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পঞ্চম টেষ্টৰ আগতে (India vs England, 5th Test) ডাঙৰ খবৰটো হ'ল যে ভাৰতৰ সকলো দলৰ খেলুৱৈ সম্পূৰ্ণৰূপে ফিট। কোনো খেলুৱৈৰ ক'ৰোনা নাই।