உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » world »Ind Vs Nz: বিৰাটৰ বিৰাট সিদ্ধান্তৰ বাবেই দলৰ ক্ষতি হ'ল নেকি ? দ্বিগজ ৰোহিতৰ ঠাইত কিয় অনভিজ্ঞ ঈশানৰ সৈতে ইনিংছ কৰিলে মুকলি ?

    Ind Vs Nz: বিৰাটৰ বিৰাট সিদ্ধান্তৰ বাবেই দলৰ ক্ষতি হ'ল নেকি ? দ্বিগজ ৰোহিতৰ ঠাইত কিয় অনভিজ্ঞ ঈশানৰ সৈতে ইনিংছ কৰিলে মুকলি ?

    IND vs NZ T20 World Cup 2021: টি-২০ বিশ্বকাপত (IND vs NZ T20 World Cup 2021) নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ডু অৰ ডাই মেচখনত ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে (Virat Kohli) টীম ইণ্ডিয়াৰ ওপৰত লোৱা কেইবাটাও সিদ্ধান্ত টীম ইণ্ডিয়াৰ বিপৰীত হৈ পৰিছিল৷