Home » photogallery » world »Ind Vs Eng: ভাৰত আৰু ইংলেণ্ডৰ পঞ্চম টেষ্ট বাতিল ! শৃংখলাত ভাৰতৰ অগ্ৰগতি ২-১...

Ind Vs Eng: ভাৰত আৰু ইংলেণ্ডৰ পঞ্চম টেষ্ট বাতিল ! শৃংখলাত ভাৰতৰ অগ্ৰগতি ২-১...

বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (BCCI) আৰু ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ (ECB) মাজত দীঘলীয়া আলোচনাৰ পিছত, শুক্ৰবাৰৰ পৰা মানচেষ্টাৰত আৰম্ভ হ'বলগীয়া টেষ্ট মেচখন আৰু খেলা নহ'ব বুলি সিদ্ধান্ত লোৱা হৈছে।