Home » photogallery » world »T20 World Cup: বিৰাট কোহলীয়ে বিগত ১১ বছৰ ধৰি এই অভিলেখৰ পিছত দৌৰি আছে, এইবাৰ সপোন পূৰণ হ'বনে বিৰাটৰ ?

T20 World Cup: বিৰাট কোহলীয়ে বিগত ১১ বছৰ ধৰি এই অভিলেখৰ পিছত দৌৰি আছে, এইবাৰ সপোন পূৰণ হ'বনে বিৰাটৰ ?

বিৰাট কোহলী (Virat Kohli) বৰ্তমান যুগৰ আটাইতকৈ ডাঙৰ বেটছমেন। টেষ্ট ক্ৰিকেটৰ পৰা এদিনীয়া আৰু তাৰ পিছত টি-২০লৈ তেওঁৰ আধিপত্য। বিৰাটে এতিয়ালৈকে টি-২০ আন্তৰ্জাতিক ক্ৰিকেটত শতক অৰ্জন কৰা নাই, কিন্তু তেওঁ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ গঢ়িছে।