বুধবাৰে ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভ কৰিছে ২০১৯ বিশ্বকাপত নিজৰ অভিযান। ভাৰতীয়দলক উৎসাহ যোগাবলৈ দেশ বিদেশৰ পৰা Southampton ত উপস্থিত ভাৰতীয় ক্ৰিকেট প্ৰেমী। খেলপথাৰত বহু সংখ্যক অনুৰাগীয়ে মুখত ভাৰতীয় দলৰ পতাকা আঁকি বিৰাট বাহিনীক দিছে উৎসাহ বহুসংখ্যক শিশুৱেও দেশৰ পতাকা শৰীৰত মেৰিয়াই খেল উপভোগ কৰিলে । কিছু সংখ্যকে গুজৰাটী পোছাক পৰিধান কৰিও খেল উপভোগ কৰা দেখা গ’ল ষ্টেডিয়ামৰ ভিতৰত বহুসংখ্যক ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে দিলে জয় শ্ৰী ৰাম ধ্বনী।