Home » photogallery » world »ক্ৰিকেটত শক্তি বাঢ়িছে বাংলাদেশীৰ, ক্ৰিকেট বিশ্বক দিছে চমক

ক্ৰিকেটত শক্তি বাঢ়িছে বাংলাদেশীৰ, ক্ৰিকেট বিশ্বক দিছে চমক

আইচিচি বিশ্বকাপ ক্ৰিকেট ২০১৯ৰ আৰম্ভণীতে চমকপ্ৰদ প্ৰদৰ্শন কৰিছে বাংলাদেশে। দেওবাৰে দক্ষিণ আফ্ৰিকাক ২১ ৰাণত পৰাস্ত কৰি বৃহৎ অঘটন বাংলাদেশৰ।

শেহতীয়া বাতৰি