Home » photogallery » world »আজিও সৌৰভ গাংগুলীৰ নামতেই আছে বিশ্বকাপ ক্ৰিকেটৰ এই অভিলেখ!

আজিও সৌৰভ গাংগুলীৰ নামতেই আছে বিশ্বকাপ ক্ৰিকেটৰ এই অভিলেখ!

৩০ মে’ৰ পৰা ইংলেণ্ডত আৰম্ভ হ’ব বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। বিশ্বকাপ ক্ৰিকেটত সৌৰভ গাংগুলীৰ নামত আছে ১০৬ জন অধিনায়কেও ভাঙিব নোৱাৰা এক অভিলেখ!