পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বাবে এয়া ডাঙৰ বিফলতা ৰূপে পৰিগণিত হৈছে। কিয়নো তেওঁ ক্ষমতালৈ অহাৰ আগতে প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ চৰকাৰে এখন দুৰ্নীতিমুক্ত দেশ গঢ়ি তোলে। ট্ৰেন্সপাৰেন্সী ইণ্টাৰনেচনেলে কৈছিল যে পাকিস্তান ২০২১ চনৰ বিশ্বব্যাপী 'দুৰ্নীতি ধাৰণা সূচক'লৈ ১৬টা স্থান পিছলি গৈছে আৰু ১৮০খন দেশৰ ভিতৰত ১৪০ স্থানত আছে।