உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » world »CPI: বিশ্বৰ সবাতোকৈ সৎ দেশ এইখন, কিন্তু দুৰ্নীতিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত কি স্থানত আছে ভাৰত আৰু পাকিস্থান?

    CPI: বিশ্বৰ সবাতোকৈ সৎ দেশ এইখন, কিন্তু দুৰ্নীতিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত কি স্থানত আছে ভাৰত আৰু পাকিস্থান?

    বিশ্বৰ আগশাৰীৰ সংস্থা ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেচনেলে মঙলবাৰে 'দুৰ্নীতি ধাৰণা সূচক' (CPI) মুকলি কৰে। এই সূচকে পৃথিৱীৰ ১৮০ খন দেশক সামৰি লৈছে। এই দেশবোৰে তেওঁলোকৰ অব্যাহত থকা দুৰ্নীতিৰ স্তৰৰ ওপৰত ভিত্তি কৰি স্থান লাভ কৰিছে।

    • |