বিশ্বজুৰি কোৰোণা প্ৰতিৰোধ কৰিবলৈ কোনো ভেকচিন ব্যৱহাৰৰ পূৰ্বেই কোৰোণাই প্ৰাণ কাঢ়ি নিব পাৰে বিশ্বৰ প্ৰায় ২০ লাখ লোকৰ। শুকুৰবাৰে এই আশংকা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।
2/ 5
বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী বিষয়াই দাবী কৰে যে, এতিয়া কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়িছে। যদি এনেদৰেই কোৰোণাৰ সংহাৰী ৰূপ অব্যাহত থাকে, তেন্তে ২০ লাখ লোকে প্ৰাণ হেৰুৱাব পাৰে কোৰোণাত।