তিনিও ধৰণৰ ক্ৰিকেটত খেলিব বিচৰা নাছিল তেওঁ। তেওঁৰ খোজ-কাটলো অন্য সকলতকৈ যথেষ্ট সুকীয়া আছিল। ক্ৰিছ গেইলৰ কথা কোৱা হৈছে। ক্ৰিছ গেইল কেৱল টি-২০ ক্ৰিকেটৰ অবিসম্বাদী ৰজা হ'ব বিচাৰিছিল। তেওঁ পৃথিৱীৰ বিভিন্ন দেশত ফ্ৰেঞ্চাইজি লীগবোৰত খেলিছিল আৰু ইমান বেছি টকা উপাৰ্জন কৰে যে তেওঁ বৰ্তমান ৰজাৰ দৰে জীৱন কটায়।