২০৩০ চনৰ ভিতৰত ৮০ শতাংশ চহৰৰ ৭০ শতাংশ বৰষুণৰ পানী সংৰক্ষণ কৰি সেয়া পুনৰ ব্যৱহাৰৰ উপযোগী কৰিব। ‘স্পঞ্জ ইফেক্ট’ তৈয়াৰৰ বাবে কৃত্ৰিম জলভূমি তৈয়াৰসহ আন প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে চীনে। কিন্তু এই প্ৰকল্প বৰ্তমান যি পৰ্যায়ত আছে, এই অৱস্থাত এতিয়াও ইয়াৰ কাৰ্যকাৰিতাৰ বিষয়ে স্পষ্ট নহয়।