உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » world »China Baby Bonus: চীনত শিশু জন্ম দিলে কোম্পানীয়ে দিছে ১১.৫০ লাখ বোনাছ, বছৰজোৰা ছুটী

    China Baby Bonus: চীনত শিশু জন্ম দিলে কোম্পানীয়ে দিছে ১১.৫০ লাখ বোনাছ, বছৰজোৰা ছুটী

    ইয়াৰ ফলত যুৱকৰ সংখ্যা কম হ’বলৈ ধৰিছে আৰু বয়সস্থ লোকৰ আবাদী বৃদ্ধি পাইছে। যি আৰ্থিক আৰু আন কাৰণৰ ফলত চৰকাৰ আৰু আন লোকৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। ইয়াৰ ফলত দেশৰ আৰ্থিক প্ৰগতি ৰুদ্ধ হ’ব পাৰে, কিয়নো ইয়াৰ বাবে কাম কৰিব পৰা যুৱকৰ সংখ্যা কম হৈ গৈ আছে।