Home » photogallery » world »৯৬ বছৰীয়া ৰাণী এলিজাবেথৰ নতুন অভিলেখ, আটাইতকৈ দীঘলীয়া ৰাজত্বকালৰ দ্বিতীয় স্থানত এলিজাবেথ

৯৬ বছৰীয়া ৰাণী এলিজাবেথৰ নতুন অভিলেখ, আটাইতকৈ দীঘলীয়া ৰাজত্বকালৰ দ্বিতীয় স্থানত এলিজাবেথ

ৰাণী এলিজাবেথৰ উত্তৰাধিকাৰী হৈছে তেওঁৰ ডাঙৰ পুত্ৰ ৰাজকুমাৰ চাৰ্লছ। কিন্তু ৰাণী এলিজাবেথ জীয়াই থকালৈকে চাৰ্লছে ৰাজপাট লোৱাৰ সম্ভাৱনা কম। চাৰ্লছৰ বয়স ৭৩ বছৰ।