কোৰোণাৰ বাবে কামৰ ধৰণ সলনি হৈছে। বহু সংস্থাৰ কৰ্মচাৰী এতিয়া ৱৰ্ক ফ্ৰম হোমত অভ্যস্ত। ঘৰেই এতিয়া অফিচ। এনে পৰিস্থিতিত কিছু সুবিধা আৰু কিছু অসুবিধাও আছে। বহু সময়ত অফিচৰ বচে আঠ বা ন ঘণ্টা নহয়, তাতকৈ বেছি সময় কাম কৰিবলৈ কৰ্মচাৰীক চাপ দিয়ে। পতুৰ্গালত এতিয়া এইবোৰ নচলিব।